logo

Big Breaking নাজিৰাৰ গেলেকীৰ দেওপানীত এন কাউন্টাৰ ৷দেওবাৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা ৷ ঘনাৰে জড়িত পল্লৱ জ্যোতি গগৈক এনকাউণ্টাৰ আৰক্ষীৰ

Big Breaking

নাজিৰাৰ গেলেকীৰ দেওপানীত এন কাউন্টাৰ ৷দেওবাৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা ৷ ঘনাৰে জড়িত পল্লৱ জ্যোতি গগৈক এনকাউণ্টাৰ আৰক্ষীৰ ৷পল্লৱ গগৈৰ স্বীকাৰৰ ভিত্তিত ২১ ৰাউন গুলী উদ্ধাৰ ৷গেলেকীৰ দেওপানীত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ দহ জাই পিষ্টলৰ গুলীৰ লগতে এঘাৰ জাই একে ৪৭ ৰ সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷শিৱসাগৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত শিৱসাগৰ সদৰ আৰক্ষী আৰু গেলেকী আৰক্ষীয়ে চলাইছিল অভিযান ৷ জয়সাগৰস্থিত অৰ্দ্ধ সামৰিক বাহিনীৰ চাউনিৰ সমিপত কিছু দিনৰ পূৰ্বে আলফা স্বাধীনে সংঘটিত কৰা বোমা বিষ্ফোৰণৰ সংক্ৰান্তত আটক কৰিছিল গগৈক ৷ কোঁৱৰপুৰ মৌজাৰ বিক্ৰম পুৰৰ পল্লৱ জ্যোতি গগৈ(২৭)আটক কৰিছিল শিৱসাগৰ আৰক্ষীয়ে ৷পুৱতিনিশা গেলেকীৰ দেওপানীৰ অভিযানৰ সময়ত আৰক্ষীবাহিনীৰ জোৱানক গটা মাৰি পলাবলৈ চেষ্টা কৰা সময়ত আৰক্ষীয়ে সো ভড়ীত গুলীয়াই আহত কৰে পল্লব গগৈক ৷প্ৰথমে গেলেকী চিকিৎসা লয়লৈ আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ ৷

5
1612 views