যোৰহাট ষ্টেডিয়ামত খেল মহাৰণ ২০২৩ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন বাতৰি : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ তত্ত্বাৱধানত যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত খেল মহাৰণ ২০২৩ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । তদুপলক্ষে বৃহস্পতিবাৰে এক আনন্দমুখৰ পৰিৱেশৰ মাজত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয় শুভ উদ্বোধনী অনুষ্ঠানৰ....
read more