logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

অহা কালি মে দিৱস.

— বিশ্বজুৰি পালন কৰা হ'ব মে দিৱস
আগতীয়াকৈ উৎযাপন কৰে বিপদনাসীনী এট্ৰাপ্ৰাইজৰ মালিক জয় বৰ্মনে তেওঁৰ কৰ্মচাৰী সকলৰ লগত ।
এই দিনটো শ্ৰমিকসকলৰ অধিকাৰ, সন্মান আৰু তেওঁলোকৰ অবদানৰ স্বীকৃতিৰ বাবে উৎসৰ্গিত। ১৮৮৬ চনত Haymarket Affair-ৰ পাছত এই দিনটো বিশেষ গুৰুত্ব লাভ কৰে।
অসমতো আজিৰ দিনটো বিভিন্ন অনুষ্ঠানৰ মাজেৰে উদযাপন কৰা হৈছে। বিভিন্ন সংগঠন আৰু শ্ৰমিক ইউনিয়নে ৰেলী, সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।
এই উপলক্ষে চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানে শ্ৰমিকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
শ্ৰমিকসকলেই এখন দেশৰ উন্নয়নৰ মূল ভেটি — এই বাৰ্তা পুনৰ এবাৰ স্মৰণ কৰোৱা হৈছে এই বিশেষ দিনটোত।
এই আছিল আজিৰ বিশেষ খবৰ।
ধন্যবাদ।”

20
411 views

Comment