ছয়গাঁও বিহদিয়াত সুঁৱৰি উৎসৱ
২৯ এপ্ৰিল, ২০২৬ :: আজি দক্ষিণ কামৰূপৰ ছয়গাঁও বিহদিয়াত অনুষ্ঠিত হয় সুঁৱৰি উৎসৱ। স্থানীয় দধিমন্থন দলে মূল কাৰ্যসূচীৰ প্ৰাক্ মুহূৰ্তত এখনি ধৰ্মমূলক নাট "কংসৰ কাৰাগাৰ" মঞ্চস্থ কৰে।