logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক সভা সম্পন্ন

২৬ এপ্ৰিল, ২০২৬ ::

আজি দমদমা সাহিত্য সভাৰ সহযোগত কামৰূপ জিলা সাহিত্য সভাৰ এখনি সাংগঠনিক সভা পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে সুচিন্তিত বক্তব্য আগবঢ়ায়। জিলা ভাৰপ্ৰাপ্ত সভাপতি ৰমেশ মেধিয়ে সাংগঠনিক সভাখনিত সভাপতিত্ব কৰে।

10
5806 views

Comment