logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কণমানী।

কণমানি।

কণমানি নহয়

তাই খেচেৰা

বেশ্যাৰ সন্তান।

নাজাবি ওচৰত

নাপাবি সমাজত সম্মান।

নকৰিব তোক

শ্ৰদ্ধা

ভাবিব তই

কৰ দাণ্ডা।

নাপাবি ক'তো ঠাণ্ডা

কৰিব সকলোৱে ঠাট্টা।

বিয়পি পৰিব বাৰ্তা

বজাৰত দেহ ব্যৱসায়

কৰা মহিলাৰ দিয়ে আদ্দা।

নহয় সেইয়া কণমানি

আছে তাই কলা অধ্যায়।

নকৰিবি তাইক কৰমৰ্দন

নাপাবি কতো সম্বোধন।

পাবি তই

কেৱল পৰিবৰ্তন

হেৰুৱাবি পৰিচয়

নাপাবি সমাজত আশ্ৰয়।

কৰিব সকলোৱে পৰচৰ্চা

আহিব তোৰ প্ৰত্যাহ্বান।

কৰিব সকলোৱে

প্ৰত্যাহাৰ।

নাথাকিব তোৰ

প্ৰতিচ্ছবিত পোহৰ।

ঘটিব তোৰ অগোচৰে

হ'বগৈ সেইয়া অগ্ৰগতি।

পাব তোৰ

সমাজত বিসংগতি

কৰিব তোক বিধ্বস্ত।

আচলতে কণমানি

আছে পৰিচয়

হয় তাই দৰিদ্ৰ।

নাই তাই

বজাৰত দাম।

কৰিব পাৰে

সকলোৱে বদনাম ।

নাথাকে তাত

ভয় শংকা।

আছে তাতে

মানুহৰ অহংকাৰ।

কৰে তাতে

দৰিদ্ৰক অত্যাচাৰ।

নাথাকে তাত বিচাৰ

নহয় সেইয়া বৰ্বৰতা।

নহয় সেইয়া বহুৱালি

হয় সেইয়া ধেমালি।

ধৰিব লাগিব ধৈৰ্য্য

হোৱা তুমি দৰিদ্ৰ।

নহ'লে নহ'ব

সিহঁতৰ ৰাজত্ব।

তাতে নকৰিব

দৰিদ্ৰই দাসত্ব।

উঠিব সিহঁতৰ খং

মনবোৰ হৈ

পৰিব বিষাক্ত।

দিব বিহ

কব আৰু

চলাব প্ৰচাৰ

নহয় তাই ভাল চৰিত্ৰ

হয় তাই

বেশ্যাৰ সন্তান।

নহ'লে যাবগৈ

বহু ওপৰত

আমি দেখোন

কাষতো নাথাকিম।

নকৰোঁ এনে ভূল

কৰিব বদনাম

চলাম প্ৰচাৰ

নাই তাই পৰিচয়।

হয় তাই

পতিতাৰ সন্তান। ছৈয়দ মহচিন।

0
10 views

Comment