কলিয়াবৰ জখলাবন্ধাত অঘটন। শিলঘাট-গুৱাহাটী ডেমু ৰেলৰ চেপাত নিহত এজন আহত এজন।
📌গুৱাহাটীৰ পৰা শিলঘাট অভিমুখী ৰে'লৰ খুন্দাত এজন থিতাতে নিহত হোৱাৰ লগতে এজন আহত হয়। জখলাবন্ধাত সংঘটিত হয় এই দুৰ্ঘটনা।