logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

শঙ্কৰদেৱ বিদ্যা মন্দিৰ, কুকুৰমাৰাৰ 'বসন্ত উৎসৱ' সম্পন্ন

১২ এপ্ৰিল, ২০২৬ :: শঙ্কৰদেৱ বিদ্যা মন্দিৰ, কুকুৰমাৰাৰ 'বসন্ত উৎসৱ'ত প্ৰত্যেক বছৰে এগৰাকী আদৰ্শ কৃষকক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়। ১১ এপ্ৰিলত অনুষ্ঠিত এইবেলিৰ উৎসৱত ১নং আমতলাৰ শ্ৰীযুত খগেন কলিতাক সম্বৰ্দ্ধনা জনায় শিক্ষানুষ্ঠানটিয়ে।

6
36 views

Comment