logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

নিবিড় পর্যবেক্ষণ ইউনিট কক্ষৰ যন্ত্ৰনা লাঘৱ সম্ভৱনে?

যিহেতু মেডিকেলৰ মানুহ নহয় সকলো বুজি পোৱা ‌সম্ভৱ নহয়। কিন্তু কিছুমান সামান্য বুজি পাইছোঁ।ডজৰ পৰিমাণ কিমান দিব আৰু তাৰ পৰণিতি বেলেগ অংশত কেনেদৰে প্ৰভাৱ পৰিব। তাৰ ওপৰিও লাগিব সম্পূৰ্ণ ৰিপ'ৰ্ট।যি ৰিপ'ৰ্ট প্ৰতি মূহুৰ্তত চাই ঔষধ ব্যৱহাৰ কৰিব লাগিব। যিহেতু এজন যেতিয়া সম্পূৰ্ণ সংজ্ঞাহীন ব্যক্তি তেতিয়া হয়তো Neurologist, cardiologist urologist Dermatologist উপৰি psychologist বা psychiatrist প্ৰয়োজন আহি পৰে যেন লাগে। কথাটো হৈছে Men is mortal কিন্তু এইটো advantage advice adjustment হ'ব নালাগে কাৰণ গীতা আৰু কোৰাণৰ নীতি শেষ পৰ্য্যায়লৈকে সম্পূৰ্ণ চেষ্টা কৰা আৰু সেইয়া হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ পূণ্যতা।ইয়াক অৱজ্ঞা কৰা মানে ইয়াত আপুনি অৰাজক হ'ব পাৰিব তাত কিন্তু অত্যাচাৰ পাব।আটাইতকৈ ডাঙৰ কথা ৰোগিৰ attendant ক গুৰুত্ব দিয়া উচিত ।তাতকৈ ডাঙৰ কথা বয়স বুলি নহয় এটা জীৱৰ প্ৰাণ কেনেকৈ জীয়াই ৰাখিব পাৰি তাৰ সম্পূৰ্ণ attension থাকিব লাগে। social environmentত নিজকে মিলাই বয়স্ক বোলি চিকিৎসকে কৰা avoid বা attension disorder দেখা যায়। কথাটো হৈছে শান্ত চিন্তা, শান্ত পৰিবেশ সুবিচাৰে জীৱন কেতিয়াবা সুস্থ কৰে য'ত ঔষধে দৰে কাম কৰে। কিন্তু তাৰ সলনি একাংশই দাবী কৰে চৰকাৰী চিকিৎসালয়ত বৈষম্য তাৰ বাবে বিয়োগ সংখ্যা বৃদ্ধি পায়। কথাটো হৈছে চিকিৎসকে তেনে কৰিছে মই দেখা নাই। কিন্তু চিকিৎসকৰ দায়িত্ব কেৱল চিকিৎসা কৰা নেকি আন আনুসংগিক বিষয় সম্পৰ্ণ এৰাই চলে। কিন্তু সমাজৰ অতি মহান ব্যক্তি থাকিব হিচাপে মহাত্মা মাৰ্জনা মানৱীতা আৰু মনোযোগ থাকিব লাগিব তেতিয়া মৃত্যুৰ ম্যাদ অলপ দিনৰ কাৰণে হ'লেও বৃদ্ধি কৰিব পাৰি। ছৈয়দ মহচিন।

56
720 views

Comment