logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ৰাইজৰ প্ৰশ্ন ?

🔹 সংখ্যালঘুৰ সংকটৰ সময়ত Asaduddin Owaisi এদিনো অসমত উপস্থিত নথকা বিষয়টোত প্ৰশ্ন উত্থাপন হৈছে?

🔹 সংকটৰ সময়ত নীৰৱতা আৰু নিৰ্বাচনৰ সময়ত সক্ৰিয়তা—এই বৈপৰীত্যই ৰাজনৈতিক উদ্দেশ্যৰ সন্দেহ বৃদ্ধি কৰিছে?

🔹 নিৰ্বাচনী সভাত সাম্প্ৰদায়িক বক্তব্য আগবঢ়াই ভোট মজবুত কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ উঠিছে?

🔹 সমাজক বিভাজিত কৰি ৰাজনৈতিক লাভ লোৱাৰ প্ৰচেষ্টাক জনতাই সৰ্বোত্তে প্ৰত্যাখ্যান কৰিছে?

🔹 অসমত শক্তিশালী চৰকাৰ থকাৰ পাছতো সাম্প্ৰদায়িক শক্তিক নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিষয়টোৰ বাবে চৰকাৰৰ ভূমিকাত প্ৰশ্ন উঠিছে?

🔹 চৰকাৰৰ নীৰৱতা বা শিথিলতাক লৈ সন্দেহ—ইয়াৰ অন্তৰালত ৰাজনৈতিক সমীকৰণ আছে নেকি বুলি আলোচনা চলিছে?

🔹 জনসাধাৰণৰ মাজত একতাৰ বাৰ্তা শক্তিশালী কৰাৰ সময়ত বিভাজনমূলক ৰাজনীতি কিমান গ্ৰহণযোগ্য—এইটো ডাঙৰ প্ৰশ্ন হিচাপে উদ্ভৱ হৈছে?

🔹 সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা আৰু বাস্তৱ সমস্যা সমাধানৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক শক্তিৰ দায়িত্বশীল ভূমিকা আশা কৰা হৈছে।

19
213 views

Comment