logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বিজয়ৰ বিৰলতা আছে তাত কেৱল সৰলতা।

মোৰ বন্ধু বিজয়(Vijay Kalkar) মানে সহপাঠী বুলি ক'ব পাৰি, কাৰণ শুনা মতে আন্তৰিকতাই বয়সৰ অন্তৰ নিঃশেষ কৰে। গতিকে সহপাঠী বুলি ক'ব লাগিব। কথাটো হৈছে বিজয় হৈছে গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা। মই আচলতে বিজয়ৰ কথা কিয় আলোচনা কৰিলোঁ, আচলতে বিজয়ৰ যি ভাৱনা আছে তাত মহানুভৱতা গতিকে লৈ দুটা শাৰী লিখিলোঁ। কিন্তু এনেকুৱা ধৰণৰ কাম কৰি নোপোৱাতো মোৰ বাবে ডাঙৰ কথা নহয়, কিন্তু মনলৈ নেদেখা হেঁতেন জীৱনত নাহে। অৱশ্যে সৰু থাকোঁতে দেখিছোঁ গ্ৰীষ্মকালীন সময়ছোৱাত যেতিয়া গ্ৰীষ্ম বতাহ প্ৰচণ্ড গতিত বলে সেইসময়ত দমকলত বলত শালিকিয়ে পানি খোৱা দেখিলে আইয়ে দেখাই দিয়ে আৰু কয় খাব দিয়া খাব দিয়া, কাপ কাপ কৰিছে মই খেদিব যাওঁ।বিজয়ৰ যি কৰ্ম তাক মই বেলেগে বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই। কাৰণ প্ৰতিচ্ছবিয়ে প্ৰতিবিম্বৰ জৰিয়তে মোৰ দৰে পৰম স্বাৰ্থপৰ প্ৰাণীক প্ৰজ্ঞা দিব পাৰিছে বুলি মোৰ মনে নধৰে। কথাটো হৈছে বিজয়ে বিশ্বৰ ব্ৰাহ্মণ্ডৰ বুকুত এনে কিছুমান কৰ্ম কৰি, যি বিজয় দেখাইছে সেইয়া হয়তো স্বৰ্গৰ বাট সুগম কৰিব।মানুহে সফল হ'লে হিংসা কৰে। কিন্তু প্ৰকৃততে সফলতা বুলি ক'লে এনেধৰণৰ কৰ্মক বুজায়। য'ত ইহকাল আৰু পৰকালত পাব পাৰি লাভ।লগতে ঈশ্বৰে দিব উপহাৰ। নিজাববীয়াকৈ মনত পাব প্ৰফুল্লতা। যাক আপুনি anti depressionৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। কিন্তু বিজয় মোৰ সহপাঠী,নাই মোৰ ওচৰত মোবাইল নম্বৰ,কাৰণ আজি মই ইমান বেছি কথাপতা কতো উচিত বুলি নাভাবো।ছৈয়দ মহচিন।

22
492 views

Comment