logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

৯ এপ্ৰিলত একেলগে ১২৬ সমষ্টিত হ'ব বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটদান অনুস্থিত হ'ব। অহা ২৩ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন । অহা মে মাহৰ ৪ তাৰিখে নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব।

0
94 views

Comment