সুৰাৰ বিপনী।
সুৰাৰ বিপনী।
চহৰত আজি
আছে সকলোতে
সুৰাৰ বিপনী ।
কৰে ডেকাহঁতক আমনি।
হয় তাতে
ডেকাহঁতৰ আৰম্ভণি
কৰে তাত
ডেকাহঁতে ধেমালি।
লাগে তাত আনন্দ
নাথাকে তাত দোষ
পাই পৰম সুখ।
ডেকাহঁতে কৰে কিন্তু বিষম
হয় যায় তাতে বৰ্বৰ।
নাথাকে বিচাৰ
নাথাকে বিবেক
কৰে তাতে বহুৱালী
হয় সেইয়া ৰাজহুৱা।
ডেকাহঁত হৈ পৰে উশৃঙ্খল
কৰে তাতে বিশৃঙ্খল।
হয় তাত বহু বিধ্বস্ত
আহি যায় অসুস্থতা
জীৱন হৈ পৰে বিতুষ্ট
দেহ হৈ যায় বিকল।
ডেকাহঁতৰ ঘৰত
আহে আহুকাল
নাথাকে তাতে বহুকাল।
বাৰীত আহে বিননী
দিব কোনো আমাক মাননি।
ছৈয়দ মহচিন।