মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত বিজেপিত যোগদান প্ৰদু্যৎ বৰদলৈৰ
১৮ মাৰ্চ, ২০২৬ :: আজি কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত বিজেপিত যোগদান কৰে। এই বিষয়টোৱে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে যে ধৰ্মনিৰপেক্ষতাৰ আঁৰত লুকাই থকা সাম্প্ৰদায়িকতাবাদী চৰিত্ৰবোৰ মঞ্চত প্ৰদৰ্শন হ'ব ধৰিছে। এইবুলিও প্ৰচাৰ চলিছে যে কংগ্ৰেছ মুক্ত অসমৰ স্বপ্ন দেখোঁতে 'বিজেপি মুক্ত বিজেপি'য়ে বাস্তৱ ৰূপ লৈছে।