অসম বিধানসভাৰ নিৰ্বাচন-২০২৬ৰ তাৰিখ ঘোষণা
দক্ষিণ কামৰূপ, ১৫ মাৰ্চ : অসম বিধানসভাৰ নিৰ্বাচন- ২০২৬ৰ তাৰিখ আজি ঘোষণা কৰে নিৰ্বাচন আয়োগে। এইবেলি ৯ এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আয়োগে ঘোষণা কৰিছে। আনহাতে ৪ মে'ত ভোট গণনা হ'ব।