Gaslighting
Gaslighting Silent mentally abuse disease.
গেছলাইটিং মানসিক ক্ৰনিক ৰোগ।এই ৰোগ ক একাংশই বিশেষজ্ঞই বিশেষত্ব হিচাপে cancer ত কৈ ভয়াবহ ৰোগ বুলি অভিহিত কৰিছে।এই ৰোগ আচলতে চয়তানৰ চক্ৰান্তত চিৰ জীৱন ব্যক্তি মৃতকৰ দৰে হৈ পৰে। gaslighting নামৰ ছবিৰ পৰা gaslighting শব্দটো অনা হৈছে।এনে জীৱন অতি ভয়াবহ। আচলতে গেচলাইটিং কৰা বুলি ক'লে সেই ব্যক্তিজন অতি নিষ্ঠুৰ সম্পূৰ্ণ মানৱতা বিহীন ব্যক্তিক বোজোৱা হৈছে। gaslighting কৰা ব্যক্তিজনে সাধাৰণতে ধাৰ্মিক ভদ্ৰ আৰু সমাজ প্ৰিয় হয়। আচলতে যাক গেচলাইটিং কৰা হয় তেওঁ প্ৰথম অৱস্থাত একো গম নেপাই। গেছলাইটিং কৰা ব্যক্তিজন কোনোবা অচিন দেশৰ পৰি বা পীৰ নহয়। গেছলাইটিং কৰা ব্যক্তিজন ভুক্তভোগীৰ সৈতে থাকিব লাগিব আত্মাৰ সম্বন্ধ বা ৰক্তৰ সম্বন্ধ।মানে গেছলাইটিং ব্যক্তি কৰা ব্যক্তি জন হ'ব লাগিব আপোনাৰ পৰিয়ালৰ সদস্য, নিকটতম আত্মীয়, প্ৰতিবেশী, বন্ধু আৰু স্কুল কচাৰীৰ সহকৰ্মী। gaslighting যাক কৰা হয় সেই ভুক্তভোগি ব্যক্তিজন দূৰ্বল অসহায় অসচেতন নহয় বৰঞ্চ শক্তিশালী হয়।আচলতে গেছলাইটিং এইকাৰণে কৰা হয় মানুহৰ মনৰ যি আসুৰিক তৃপ্তি যাৰ জৰিয়তে সমাজত নিজৰ আধিপত্য প্ৰভূত্ব ৰাখিবলৈ বা কাৰোবাক সৰু কৰিবৰ বাবে হিংসাত্মক আশ্ৰয় লোৱা হয় য'ত এটা গ্ৰুপ দৰে কাম কৰে। gaslighting মানে এনেকুৱা ধৰণৰ আচৰণ আপুনি কোঠাটো লক কৰিলে কিন্তু পিছ মূৰ্হুততে গেছ লাইটিং কৰা ব্যক্তি জনে কোঠাটো খুলি থৈ আহিব আৰু আপোনাক ক'ব দৰ্জা খুলি থৈ আহিলে।প্ৰথমে এইবোৰ আপুনি সঁচা বোলি ভাবিব আৰু নিজৰ ভুল বোল বুলি মানি লৱ। এনেদৰে অলপ দিন আপোনাৰ সৈতে বিভিন্ন ক্ষেত্ৰত এনেবোৰ কাৰ্য্য চলি থাকিব আৰু আপুনি এইবিলাকৰ জৰিয়তে আত্মবিশ্বাস হেৰুৱাব। ইয়াৰ ওপৰি আপোনাৰ বিৰুদ্ধে বিভিন্ন অপ্ৰপ্ৰচাৰ জৰিয়তে অস্ত্ৰপ্ৰচাৰ চলিব।সেই অস্ত্ৰপ্ৰচাৰত আপুনি লাহে লাহে পংগু হৈ পৰিব। গেছলাইটিং ব্যক্তিয়ে সকলো ক্ষেত্ৰত এনেধৰণৰ হাৰাহাস্তি চলাব আৰু আপোনাৰ প্ৰতিটো সত্যক ভূল আৰু পাগল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব তাৰ বাবে প্ৰতিবেশীয়ে ভূক্ত ভোগীৰ বিৰুদ্ধে কিছুমান অপ্ৰপচাৰ চলাব।শেষত আপুনি মানসিক ভাৰসাম্য হেৰুৱায় সকলোতে বিশ্বাস হেৰুৱাব আপোনাৰ সকলোতে সন্দেহ আহি পৰিব।নিজকে সমাজৰ বন্ধু বৰ্গ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান সকলোৰ পৰা বিৰত ৰাখিব আৰু আবদ্ধ হৈ অসহায় অনুভৱ কৰিব। গেছলাইটিংৰ মূল কাৰণ হৈছে নিজে বা বা লোৱাৰ যি মানসিকতা, বা নিজৰ প্ৰভুত্ব বিস্তাৰ কাৰণে লগতে হিংসাৰ কাৰণে এনেধৰণৰ কাৰ্য্য সম্পাদন কৰে। গেচলাইটিংত এনে কিছুমান কাম কৰা হয় চাবিটো লুকোৱাই দিয়া ফাইলৰ পৰা কাগজ এখন উলিয়ায় লৈ যাব তাৰ পিছত তুমি অসৱধান এনেকুৱা অভিনয় কৰিব কাগজ খনৰ কাৰণে বহুত ডাঙৰ বিপদ হ'ব অকথ্য গালি গালাজ কৰি ভুক্তভোগী নাৰভাষ্ট কৰিব। কিন্তু কাগজখন gaslighting বা toxic people ওচৰতে থাকে। যিহেতু এই ক্ষেত্ৰত প্ৰতিবশীয়ে সাধাৰণতে gaslighting বা toxic people ক সহায় কৰে। শিক্ষকতাকে আদি কৰি যিকোনো বৃত্তিৰ লোক প্ৰতিবেশী হ'ব পাৰে। অন্যায় দেখি যেতিয়া অন্ধ্ৰ হয় বা প্ৰতিবেশীয়ে যেতিয়া পৰিবেশ প্ৰদূষিত কৰি প্ৰতিবাদৰ সলনি অন্যায় কাৰীৰ সৈতে পৰম সৌসাধ্য পূৰ্ণ আলিংগনত লিপ্ত হয় বা কৰমৰ্দন কৰে, তেনে প্ৰতিবেশীৰ বিৰুদ্ধে কটু মন্তব্য দিয়াত মোৰ বিশেষ অসুবিধা নহয়।এই বস্তটো সমাজত সাধারণ চলি থকা বিয়নীৰ মেল নহয় বা আমি এজনে আনজনক সমালোচনা কৰা প্ৰকৃতিৰ নহয়। gaslighting এটা ব্যাপক পৰিসৰ মাজত একক ভাৱে আৱদ্ধ কৰা হয়।পুৱা উঠাৰ পৰা নিশাৰ অন্তিম ৰজনী লৈকে। এই বস্তটো কৰে কোনো এজন বিশেষ ব্যক্তি কিন্তু তেওঁ বিভিন্ন জনক ব্যৱহাৰ কৰে ।হয়টো প্ৰশান্ত মহাসাগৰত থাকিও ফৌন যোগেদি খেল খন সুন্দৰ ভাৱে চলাই নিব পাৰে।ইয়াত বিশেষকৈ প্ৰতিবেশীক ব্যৱহাৰ কৰা হয়।প্ৰতিবেষীক বোজাই দিয়া হয় gaslighting নকৰিলে এদিন আপোনালোকৰ অস্তিত্ব নাথাকিব সি ৰজা হৈ বহিব বা তাৰ ভালৰ কাৰণে এই খিনি কৰিব লাগিব বা এইখিনি কৰিলে আপোনালোকক তাৰ বিনিময়ত এইখিনি লাভাংশ পাব বা বিভিন্ন ধৰণৰ সুযোগ দিয়া হ'ব।মুঠতে বহু টেকনিক আছে কোনোবা এটা follow কৰি gaslighting কৰিবৰ কাৰণে মান্তি কৰোৱা হয়। gaslighting কেনেকৈ কৰা হ'ব ঘৰৰ ভিতৰত ভুক্তভোগীয়ে কৰা কৰ্ম পৰিয়ালৰ সদস্যৰ মাজত সকলো ভূল বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিব। gaslighting ৰ মেইন পইন্টৰ 2nd point ক নিৰ্দেশ দিয়া হ'ব। সেইমতে gaslighting কৰা ব্যক্তিজনক ঘৰৰ ভিতৰত শত্ৰু কৰি তোলা হ'ব আৰু তেওঁক দমিনেটত কৰিবৰ অহৰহ অত্যাচাৰ চলোৱা হ'ব। দ্বিতীয়তে প্ৰতিবেশীক বুজাই দিয়া হ'ব কোনো কনদিনচনত ভোক্ত ভোগিক সমৰ্থন নকৰিবলৈ লগতে ঠাট্টা মস্কৰা আৰু তেওঁক একেবাৰে গুৰুত্বহীন কৰি তেওঁৰ মনোযোগত সম্পূৰ্ণ বিধ্বস্ত কৰিব লাগিব। তৃতীয়তে প্ৰতিবেশীক নিৰ্দেশ দিয়া হয় এনে শব্দ উচ্চাৰণ কৰিব লাগিব যাতে ভুক্তভোগিৰ কাণত পৰা লগে লগে বিতুষ্ট হ'ব। তেওঁ মনোজগত সম্পূৰ্ণ ধ্বংস হয়। দ্বিতীয়তে তেওঁ য'ত ব্যৱসায় বা চাকৰি কৰে তাৰ সহকৰ্মী বা গ্ৰাহক বোজাবলৈ চেষ্টা কৰা হয় মানুহজন যিহেতু স্বাভাৱিক নহয় গতিকে আপোনাৰ সাচতীয়া ধন অপচয় হোৱাৰ সম্ভাৱনা বহু বেছি । এইটো শুদ্ধ স্বাভাৱিক কাৰণ দীৰ্ঘ দীন আপোনি gaslighting বা dark psychological stigma ব্যৱহাৰ কৰাৰ ফলত তিনিটা SSS সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিব পাৰে।এটা দৰবৰ জৰিয়তে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে। প্ৰথমটো Sleep . 2.Substance 3.Stress.কথাটো হ'ল বজাৰত ঔষধৰ জৰিয়তে একনম্বৰ নিয়ন্ত্ৰণ হয়।২.দ্ধিতীয়তো নহয় কাৰণ ভুক্তভোগী এনে কিছুমান চিন্তা বা মনোজগতৰ সৈতে একেটা বস্তুৰ ওপৰত আসক্ত হৈ পৰে আৰু তাক তাৰ পৰা উলিয়াই অনা সম্ভৱ নহয় ।৩ Stress সেইটো উঠা নমা কৰি থাকে। gaslighting main mustermind য়ে অলপ ভাল লগাব আৰু আকৌ সমস্যাত পেলাব গতিকে stress street ত উঠা নমা কৰি থাকিব।gaslighting এক কাৰ্বন মন অক্সাইডৰ দৰে। কাৰ্বনৰ মন অক্সাইডৰ বিষক্ৰিয়াৰ ফলত হথাৎ মানুহৰ মৃত্যু হয় আৰু gaslighting তেনেকুৱা পৰ্য্যায়ৰ। Gaslighting মানে মই সাধাৰণ যুৱক হিচাপে পোহৰ বুলি ভাবোঁ আৰু আইয়ে কৈছিল পোহৰ মানে ধৰ্ম। কিন্তু মই অলপ বেলেগকৈ কম ধৰ্মত বা পোহৰত থাকি আনৰ জীৱন আন্ধাৰ কৰা নামেই Gaslighting। বিশেষজ্ঞ সকলৰ কথাবোৰ শুনি এনেকুৱা লাগে gaslighting ব্যক্তিয়ে পইচা কিমান ল'লে কিমান দিলে সেইয়া আত্মবিশ্বাসৰে আত্মপ্ৰকাশ কৰিব নোৱাৰে যদিহে অতি গুৰুত্বৰ পৰ্য্যায়ত থাকে।এই ক্ষেত্ৰত চাগে gaslighting ব্যক্তিক 3rd degree দিলেও ৰিজাল্ট নোলাব। অৱশ্যে সাধাৰণ পাহৰি যোৱা মানুহ দেখা পাওঁ সিহঁত বৰ বতমাচ কাৰণ সদায় পাহৰে যতে ততে মানুহে সহায় কৰে কিন্তু বস্তু ঘূৰাই দিয়াৰ পিছত মানুহক ধন্যবাদ দিয়াৰ সলনি আত্মসম্মানত আঘাত লাগে আৰু অলপ অস্থিৰ হৈ পৰে। ছৈয়দ মহচিন।