Today Guwahati TMC office
বৰ্ধিত চিলিণ্ডাৰৰ মূল্য তথা SIR আৰু স্বৈৰাচাৰী বিজেপি চৰকাৰৰ বিৰূদ্ধে মাননীয় নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ প্ৰতিবাদ সন্দৰ্ভত আজি জয়ানগৰস্থিত দলৰ মুখ্য কাৰ্যালয়ত মিডিয়া বিভাগৰ অধ্যক্ষ অভিজিৎ মজুমদাৰে এক সংবাদমেল সম্বোধন কৰে।
উক্ত সংবাদমেলত কামৰূপ (মেট্ৰ') তৃণমূল কংগ্ৰেছৰ সভাপতি মনোজ সেনাপতি, দলৰ ৰাজ্যিক বিষয়ববীয়া অতুল দত্ত আৰু অভিজিৎ কমল ভূঞা, যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি পৰাগ দাস, ছাত্ৰ পৰিষদৰ সভাপতি আবুল কালাম আজাদ উপস্থিত থাকে।