logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

এগৰাকী যুৱতীৰ কাহিনী তাক কবিতাৰ সুৰত প্ৰকাশ কৰিবলৈ অলপ চেষ্টা কৰা হৈছে

আজিৰ 30 বছৰ আগৰ কলেজীয়া যুৱতীৰ কাহিনী।যাব তাই দেশৰ ৰাজধানী চহৰলৈ আছে তাই অন্নৰ ওচৰত তাৰ পৰা ৰাজ্যৰ ৰাজধানী লৈ। যিহেতু ৰাজ্যৰ ৰাজধানীৰ পৰা দেশৰ ৰাজধানীলৈ যাব।তাই আগবাঢ়িছে ৰাজনিতিত যাৱ সেৱাদলত মাতৃ নিদিয়ে কৰিব সমদল।তাকে কবিতাৰ ভাষাৰে চেষ্টা কৰা হৈছে।





এগৰাকী যুৱতী।

এগৰাকী যুৱতী
ধৰিছে মাতৃয়ে সাৱটি।
নোৱাৰিবা কৰিব যাত্ৰা
হয় সেৱা ৰাজনীতি
নাই তোমাৰ ৰণনিতি
যাবা কিয় দেশৰ ৰাজধানী
হ'ব তোমাৰ পতন
নহ'বা তুমি সফল।
হ'বা তুমি বিফল
নাপাবা তুমি শান্তি
হ'ব মোৰ অশান্তি।
আছে তোমাৰ শিক্ষা
কৰিব লাগিব
কিন্তু তুমি ভিক্ষা।
নহ'ব তোমাৰ বিবাহ
আহিব তাত সমস্যা।
দিব তাত সমাজে বাধা
নাপাবা তুমি মুক্তি
হবা তুমি ধ্বংস।
আহিব তোমাৰ
প্ৰচণ্ড ধুমুহা।
বলিব সমাজত বতাহ।
নাপাবি তুমি উদ্ধাৰ
হ'বা তুমি বিধ্বস্ত।
নহয় সেইয়া
বিধাতাৰ লিখন।
কৰিছা তুমি বলিয়ালি
সমাজে নকৰিব
কিয় তোমাক বিবস্ত্ৰ।
নাথাকিব তোমাৰ অস্তিত্ব
হ'বগৈ মোৰ সমাধিস্থ। ছৈয়দ মহচিন।

475
1753 views

Comment