logo

বৰ্তমান সমাজ ব্যৱস্থাত ঘৰুৱা অশান্তি।

বৰ্তমান সমাজ ব্যৱস্থাত ঘৰুৱা অশান্তি ।যাক এক প্ৰকাৰ আধুনিক সভ্যতাৰ দূৰাৰোগ্য ব্যাধি বুলি ক'লে বঢ়াই কোৱা নহ'ব।এই ঘৰুৱা অশান্তি কেৱল ঘৰৰ সদস্য জড়িত এনে নহয় কাৰণ জমিন বিহিন জীৱনত ঘৰ বোৰ হৈ পৰিছে সংযুক্ত।ঘৰৰ সদস্য সৈতে প্ৰতিবেশী হৈ পৰিছে যুগল বন্ধী।নাই তাত ৱালৰ মাজত এবেগেত পাৰ্থক্য।নিজৰ উদ্দেশ্যৰ বাবে শান্তি প্ৰিয় সহজ সৰল মানুহৰ ওপৰত চলাই গৈছে নিৰ্যাতন ।কোনোবা গৈছে বৈকুণ্ঠত কোনোবা হৈছে বিধ্বস্ত।লাগে সকলোতে কেৱল ৰাজত্ব বিচাৰে মহত্ব।নাই সততাৰ ওপৰত সামান্য গুৰুত্ব।নকৰে সকলোৱে তাতে দাসত্ব, হৈ যায় তাতে খৰগ্ৰস্থ।দিছে উচতনি দিছে মিছা অপবাদ হেৰুৱাইছো শান্তি, পাইছে কিন্তু প্ৰশান্তি, কৰিছে আনন্দ কৰিছে ফুত্তি হয় চাগে পশু । নকৰোঁ আমি কোনো দিনে কাকো সৰু ।সৰু ডাঙৰ ভাল বেয়া কথা নাই আঁতৰি লাগিব তই আগবাঢ়ি নোৱাৰিবি তই নহয় আমাৰ হজম কৰিম তোক বিষম নাপাবি তই ঘৰত ৰহম। আচলতে এনেধৰণৰ সমাজ চলি গৈছে। য'ত হিংসা হৈছে পবিত্ৰ ধৰ্ম নকৰে তাক কোনেও খৰ্ব।হিংসা আগবাঢ়ি বাঢ়িছে সৌ গৌৰৱে শান্তি প্ৰিয় পাইছে কষ্ট ওপৰত কষ্ট। কিছুমান শব্দ নহয় সেইয়া শব্দ আছে তাত অগ্নি দিয়ে দলিয়াই শান্তিপ্ৰিয় মন হয় চাৰখাৰ। এনেকৈ থকা সদায় কোনো উচিত নহয়। আৰক্ষী সহায় লওক আহিব আপোনাৰ আৰাম পাব সিহঁতে পুতালয়, নকৰিব কেৱল সময় লয়।মোৰ ক্ষেত্ৰত এনেকুৱা হ'লে মই আৰু সহ্য নকৰিম কাৰণ গোপণ কেমেৰাত ভদ্ৰ মানুহৰ নতংকিয়ে নতুন দিগন্তৰ সূচনা কৰিব। এইবোৰ আজি সমাজত সম্পূৰ্ণ সত্যৰ প্ৰতিষ্ঠিত ঘটনা।নহয় তাত সামান্য হেৰ ফেৰ ।কৰে যদি অনুসন্ধান হ'ব অনুভৱ পাব সকলো শুদ্ধ।ছৈয়দ মহচিন

10
356 views