বনৰজাৰ মৃত্যু
∆ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত পুনৰ মৃত্যু বনৰজাৰ।∆ দুটা মাহৰ ভিতৰত মৃত্যুমুখত পৰে ৪ টাকৈ ঢেঁকীয়াপতীয়া বাঘৰ।