logo

৯ নং বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰত্যাশিত প্ৰাৰ্থী যুৱ নেতা শ্বৰীফ আহমেদক ৰাইজৰ পূৰ্ণ সমৰ্থন*

*৯ নং বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰত্যাশিত প্ৰাৰ্থী যুৱ নেতা শ্বৰীফ আহমেদক ৰাইজৰ পূৰ্ণ সমৰ্থন*
---------------------------------
▪️দলৰ হাই কমাণ্ডে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদৰ এক প্ৰকাৰ জয় নিশ্চিত বুলি দাৱী কৰে।
▪️বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কোনে লাভ কৰিব
▪️যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদ,নে বিধায়ক ওৱাজেদ আলী চৌধুৰী
▪️এইবাৰ বিধান সভা নিৰ্বাচনত ৰাজ্যত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাৱী যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদৰ।
▪️নৱ গঠিত বিৰসিং জৰুৱা সমষ্টিত উচ্চ শিক্ষিত যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিছৰাৰ বাবে নিশ্চয় এইবাৰ বিপদ-ঘন্টা বাজিব নেকি? বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ
▪️এতিয়া আহিছোঁ মুল কাহিনী লৈ দীৰ্ঘ দিনৰ পৰাই এই গৰাকী উচ্চ শিক্ষিত যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদে নিজৰ এন, জি,ওৰ হতুৱাই খৰাখহনীয়া, বান আক্ৰান্ত ৰাইজৰ লগতে বিভিন্ন বিপদ- আপদৰ সময়ত ৰাইজৰ কাষত থিয় হৈ সহায়- সহযোগিতা আগবঢ়োৱাৰ বহুত অৱদান আছে বুলি আজি এক সংবাদ মেল যোগে জানিবলৈ দিয়ে।

0
0 views