অনাথ
অনাথ । মই অনাথবিচাৰি পায়সকলোৱে প্ৰভেদ ।নাপাওঁ মই তাৰ সম্ভেদকৰে মোক বিভেদ।নিবিচাৰে সকলোতেমোৰ প্ৰবেশ ।পাওঁ মইসকলোতে বিভেদ।নাথাকে তাতকাৰো আবেগ নাই মোৰ আদৰকৰে সকলোৱে অনাদৰ। নিদিয়ে মোক সমাজত আসন নাপাওঁ মই ক'তো বিচাৰি ঠাই । নাপাওঁ গুৰুত্বকয় সকলোৱে নাথাকিব লাগিব হেনোসমাজত তোৰ মহত্ব। সমাজে চিঞৰে নেদেখাবি তই বীৰত্ব । কৰি দিমআমি তাক সমাপ্ত। নহয় তই পবিত্ৰনহয় তই পৰিস্কাৰ। কৰিব লাগিবতই কেৱল দাসত্ব।নহ'লে আমাৰআহে অৱসাদ।মানুহৰ দৃষ্টিতমই হলো বিষাক্ত।নহয় কোনা আসক্ত।হ'লো যেন সমাজৰঅতিৰিক্ত অলাগতীয়াল বোজা। নহ'ব লাগিব মোৰ বিজয় ।নহলে সমাজৰ আহে বিষন্নতাহয় হৈ পৰে তেওঁলোক বিপন্নকৰি দিয়ে মোক বিধ্বস্ত।নহ'লে তাততেওঁলোকৰ আহে বিষাদকৰে মোক লৈ বিবাদ ।হ'লোগৈ মই বজাৰ গেলা আলু।নাথাকে সমাজত মোৰ দাম। সমাজে দিছে বাৰ্তাকৰিছে ঠাট্টা নহওঁ তোক লৈ আমি সন্তুষ্ট।নিদিম তোক শাসনত বহিবলৈ নিদিম তোকআমি কৰিবলৈ ৰাজত্ব।প্ৰয়োজনত কৰিম আমি তোক বিৰক্তহ'ব লাগিব তই নিজে বিলুপ্ত। আমি আনিম বিবাদ হৈছ তই অনাথ।কৰিম সংঘাত লাগিব তোৰ মনত আঘাত।নালাগিব আমাৰ দয়া।নাই তোৰ দেউতা নিদিয়ে তোককোনোৱে আশ্ৰয়। কৰ তই হাহাকাৰনকৰোঁ তোক আমি উপকাৰ । নহয় সেইয়া আমাৰ পাপঈশ্বৰে নকৰে তাত হস্তক্ষেপ । আমাৰো নাথাকে তাত আক্ষেপ।মাৰিম আমি বক্ষেপহ'বি তই বহিস্কৃত।নাপাবি তই পুৰস্কাৰ নকৰিব তোক কোনেও আবিষ্কাৰ। হওঁ তই অনাথনাথাকিবি কেৱল আমাৰ লগত। ছৈয়দ মহচিন।