logo

ক্ষুদ্ৰ সঞ্চয়।


ক্ষুদ্ৰ সঞ্চয়।
যদি কৰা সঞ্চয়
নহবা বিপদত বঞ্চিত।
আছে সঞ্চয় আহিব সম্মান
নকৰিবি ঘৃণা।
ক্ষুদ্ৰ সঞ্চয়ত নাথাকে সপোন
নজ্বলিব আলাউদ্দিনৰ চাকি।
নাপাবা অতিৰিক্ত
জ্যোতিময় পোহৰ।
ক্ষুদ্ৰ সঞ্চয়ত থাকে সুৰক্ষা
নাথাকে দোষ ,নাথাকে বিবাদ।
নাপাবা কিন্তু অতিৰিক্ত সুত।
ক্ষুদ্ৰ সঞ্চয়ত কৰিবা
জমা আকাশৰ সমান।
নাহে কিন্তু ঘূৰি
সাগৰ সমান বিশাল।ক্ষুদ্ৰ। ছৈয়দ মহচিন

2
100 views