logo

সাগৰ।

সাগৰ।
সাগৰ তুমি দিলা ভাগৰ
হ'লো আমি দুৰ্বল।
নাপাওঁ আমি আজি উদ্ধাৰ।
সাগৰ আছিল
তোমাৰ ওপৰত আশ্বাস
ভাঙি দিলা তুমি
আমাৰ বিশ্বাস।
সাগৰ তোমাৰ
কোমল নিৰৱতাত ভবা নাছিলোঁ।
হৰ্থাত তুমি হ'বা উম্মাদ
আহিব তোমাৰ প্ৰচণ্ড ঢৌ
নিবা উৰুৱাই
হম আমি দিশহাৰা।
নাছিল আমাৰ অনুভৱ
বতৰো আছিল ফৰকাল
নাভাবিলো আহিব
আমাৰ ওচৰত মহাকাল।
সাগৰ তুমি গভীৰ কৰিলা
আমাক অস্থিৰ নাই যেন
আজি আমাৰ বস্তি।
নকৰোঁ তোমাৰ সৈতে দুষ্টি
নাথাকিব আমাৰ সৃষ্টি
কৰিবা তুমি বিধ্বস্ত।
নকৰিবা সাগৰ
সকলোকে এনে দশা
নহয় সকলো সদাগৰ। ছৈয়দ মহচিন।

26
302 views