logo

অতি স্পৰ্শকাতৰ বিষয় এটাত দুটা লাইন লিখিবৰ চেষ্টা কৰিছিলোঁ।

মুখ্যমন্ত্ৰী বিৰুদ্ধে একাংশৰ কথাবোৰ সম্পূৰ্ণ সমৰ্থন নকৰোঁ। কিন্তু বেলেগ এটা কথা কব বিচাৰোঁ।যিটো ভূল হ'লে আপোনালোকে ক্ষমা কৰিব।বিতৰ্ক লৈ নিনিব।কথাটো মিয়াক দিগদাৰি কৰি থাকিব বা চমু ভাষাত শান্তি নিদিব।কথা হ'ল বিদেশী ৰাষ্ট্ৰৰ পৰা ইমান বেছি ভয়ংকৰ প্ৰবজন কিদৰে হ'ব পাৰে, আচলতে profitable শব্দটো এইবিলাক লৈ আছিলে নেকি বা এতিয়া আছে নেকি , কিন্তু মই নাযানিম।কাৰণ আজি সকলো কামত চৰকাৰ প্ৰশাসন বা পাব্লিক সকলোৰে প্ৰফিটৰ পিছত ঘূৰে যিটো মই শুনিছোঁ শুদ্ধ আৰু অশুদ্ধ নাজানিম। মিয়াৰ সংঘাতৰ বাবে বাংলাদেশৰ সৈতে যুদ্ধ হয় যুদ্ধ যদি বঙালী পৰাজিত হয় তেতিয়া ভাৰতে বাংলদেশ অধিকাৰ কৰিব পাৰিব নোৱাৰিম নাজানিম। কিন্তু 1971বাংলাদেশৰ মুক্তি যুদ্ধ সময় চোৱাত ভাৰত বিজয়ী হয় আৰু নিয়াজীয়ে পাকিস্তানৰ পৰা পূৰ্ব পাকিস্তান অংশটো এৰি দিয়ে য'ত নাম হয় বাংলাদেশ । সেইসময়ত গুজব উঠিছিল ভাৰতে বাংলাদেশ দখল কৰিব লাগে। কিন্তু আমেৰিকাৰ ভাবুকিত ইন্দিৰা নেহৰু থমকি হ'ল। কথাটো বিশ্বাসযোগ্য নহয় কাৰণ ইন্দিৰাই নকৰে কাকো ভয় নামানে ইনাৰ লাইন বা ব'ৰ্ডাৰ লাইন। কথাটো ইন্দিৰা নেহৰুৱে দেউতাকৰ পৰা যুদ্ধ শান্তি সমতা বৈদেশিক নীতি আদি সকলো সমৰ কলা খুব কম বয়সতে শিকি সম্পূৰ্ণ পৰিপক্ক হৈ পৰিছিল।গতিকে ইন্দিৰাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাতলামিক ভয় কৰা নাছিল। কাৰণ ইন্দিৰা জানিছিল যদি বাংলাদেশ দখল কৰে উত্তৰ পূৰ্বৰ সকলো জাতি জনগোষ্ঠী একেবাৰে সংখ্যালঘুত পৰিণত হ'ব এদিন অস্তিত্ব নাথাকে। যিটো কাৰণে হয়টো ইন্দিৰা এই ক্ষেত্ৰত নিজকে ineligibility দেখালে। এতিয়া আৰু ভয়াবহ কাৰণ বৰ্তমান বাংলাদেশৰ জনসংখ্যা 20 কোটি মান হ'ব চাগে। আটাইতকৈ ডাঙৰ কথা বঙালী সদায় registration নকৰাকৈ থাকি ভাল পায়। বিশ্বৰ একমাত্ৰ বঙালী সকলেই হ'ব কোনো ধৰণৰ registration নোহোৱাকৈ গোটেই বিশ্ব ঘূৰি ফুৰে। গতিকে জনসংখ্যা আৰু বেছি ওপৰত হোৱাৰ সম্ভৱনা নুই কৰিব নোৱাৰি।আজি ভাৰতে এটা মাত্ৰ হুচেইল মাৰি বাংলাদেশ জয় কৰিব পাৰে, কিন্তু যদি দখল কৰে তেনেহলে উত্তৰ পূৰ্বৰ থলুৱা সংখ্যালঘুত পৰিণত হোৱাই নহয়। মুখৰ মাত হেৰুৱাব পাৰে আৰু ক'ব লাগিব বঙালী। বাংলাদেশ ভাৰতৰ অংগ ৰাজ্য হৈ পৰাৰ লগে লগে আকৌ স্বাধীনতা বিচাৰিব যদি স্বাধীনতা বাংলাদেশে পায় তেতিয়া পাকিস্তানৰ ওচৰত পুনৰ পৰাধিন হৈ যাব।লৈ যাব পাৰে আমাৰ অংগৰাজ্য ।গতিকে বস্তবোৰ খোব চিন্তা কৰি সিদ্ধান্ত লোৱা উচিত। মই ভবা কথা শুদ্ধ নহ'ব পাৰে। ছৈয়দ মহচিন

35
712 views