ঠিকাদাৰ।
ঠিকাদাৰ।ঠিকাদাৰ আছে জানো তোমাৰ ঠিকনা।নকৰিবা তুমি অনাধিকাৰ প্ৰবেশ। প্ৰতিপত্তি প্ৰভাৱ প্ৰভুত্বয'তেই দেখা পোৱা মাৰা তুমি তালৈ কিয় লৰ।আছে সপোন ৰাখিছা পুহি মনত সজাম পইচাৰ পুথিভৰাঁল । পইচাৰ পুথিভঁৰালতনাথাকে তাত প্ৰজ্ঞা।নকৰে কোনেও তোমাক আজিৱন চৰ্চা।চমৎকাৰ চঞ্চলতাত চৌদিশে আজি বাজিছে তোমাৰজয় জয় ময় ময় শংক ধ্বনি। নহয় তোমাৰসেইয়া আজিৱন জয় নকৰিবা তুমি তাক পৰাজয়।আছে তাৰ পাৰদৰ্শিতা দেখাব পৰাক্ৰম হ'ব তাৰ এদিন প্ৰভূত্ব। আহিব পোহৰ আঁতৰিব আন্ধাৰনাথাকিব অন্যায়, নাথাকিব তাত পাবলুতি।হ'ব সকলোতে উভয় নদী। ঠগ প্ৰবঞ্চনাৰ সম্ৰাটনাথাকে সদায়।নাম যাৰ শনি হয় তাৰ বিষম পৰিণতি।হয় সি ঠিকাদাৰ।কৰে দিগদাৰ।নাথাকিব চিৰকাল। নাথাকিব নাপাব এদিন ক'তোকতো আদৰ হ'ব সি পৰাভূত। আৰম্ভ হ'ব হ'ব নতুন প্ৰভাত। ছৈয়দ মহচিন।