
126 ধাৰা।
126 সাধাৰণতে অৱৰোধৰ বাবে দিয়া অধ্যাদেশ।BNS 126 আপোনি কোনো ব্যক্তিৰ কোনো ৰাজহুৱা পথত অযথা বাধা আৰোপ কৰে তেতিয়া তাক অন্যায় বা অপৰাধ গণ্য কৰা হ'ব। ইয়াৰ বাবে কমপক্ষেও জৰিমনা আৰু এমাহৰ পৰা একবছৰ বা তিনিবছৰ পৰ্য্যন্ত কাৰাগাৰ আলহি হ'ব পাৰে। ইয়াত দুটা ব্যৱস্থা আছে এটা হৈছে এক পক্ষীয় আনটো বৰ্গ দৰে চাৰিফালে অৱৰোধ।এক পক্ষীয় অৱৰোধ মানে এফালে বন্ধ কৰিছে বাকি তিনিটা খুলি থৈছে ।এনে অৱস্থাত আপোনাৰ এটা পথ বন্ধ কৰাৰ বাবে 5000 টকা সহ এমাহৰ বাবে কাৰাদণ্ডিত হ'ব পাৰে।যদি চাৰিটা পথ বন্ধ কৰিছে তেনেহলে 10 হাজাৰ টকাৰ ওপৰিও এবছৰ পৰা তিনি বছৰ বা তাতকৈ বেছি দিনৰ বাবে কাৰাদণ্ডিত হ'ব পাৰে।এই বস্তবোৰ সময়ৰ ওপৰতো নিৰ্ভৰ কৰিব আপোনি কিমান পৰিমাণৰ দণ্ডৰ সম্মুখীন হ'ব। নৈতিকতা আৰু সহনশীলতা জৰিয়তে এইবোৰ নিত্য নৈতিক সমাধান হৈ আছে গতিকে এইবিলাক আইনৰ ওচৰ নাপায় গৈ আৰু নোপোৱা উচিত। হ'ব পাৰে অনুচিত কিন্তু ক্ষমা কৰা উচিত। অৱশ্যে কাৰো ঘৰৰ বাটৰ সম্মুখত গাড়ী নাৰাখিব কাৰণ সেই সময়ত কোনোবা গুৰুত্বৰ অসুস্থ হয় আৰু মৃত্যু মুখত পৰে বা জুই লাগিলে খেলটো বেলেগ হৈ যাব। আপোনাৰ অলপ অসচেতনাই নিজকে অসহায় কৰি তুলিব। যেনেকৈ আপুনি পত্মীৰ অসুবিধা নহ'বৰ কাৰণে সজাগ থাকে ঠিক সামাজিক জীৱন বা আনৰ ক্ষেত্ৰতো সজাগ থাকে অসুবিধা হ'ব বোলি নিশ্চয় আপোনি বিপদ মুক্ত হ'ব। ।ছৈয়দ মহচিন।