logo

গাজাৰ শিশু মৃত্যু।নাই কৰোঁ প্ৰতিবাদ হ'লগৈ চাগে শিশু আতংকবাদি।

মধ্য প্ৰাচ্যৰ পবিত্ৰ ভূমিত শিশুৰ নিধন নাই আজি কাৰো খবৰ।বিচাৰিছে হামাছ মাৰিছে শিশু নহয় কোনো দোষি। কৰিছে নাটক লাগে ৰাজত্ব বিচাৰিছে প্ৰভুত্ব দেখাইছে পৰাক্ৰম হৈছে শিশু নিধন।নহয় কোনো শিশুৰ হত্যাৰ বাবে দায়ী,হ'ল আজি সকলো নিৰপৰাধি নকৰে অনুতাপ চলাইছে প্ৰতাপ গৈছে শিশুৰ জীৱন। ছৈয়দ মহচিন।

19
738 views