logo

আজান

আজান ফকিৰ আহিছিল সুদৰ বাগদাদৰ পৰা ।আহি শৰাগুৰি চাপৰিত নিজাকৈ থাকিব লয়‌। আৰু এটা সময়ত শংকৰ গুৰুক লগ পায়।শংকুৰ গুৰুৰ মহানতাত লগতে মিহিৰ মাৰ্জিত কথা বাৰ্তাত আপোন পাহৰা দুয়োজনে ভাতৃবোধৰ বাণী বিলাই ছিল।

0
5 views