logo

২৯২৬ নিৰ্বাচনৰ লক্ষ্যৰে ধুবুৰী জিলা বিজেপিৰ "বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা"

সমাগত ২০২৬ নিৰ্বাচন লক্ষ্যৰে আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ "বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা" অনুষ্ঠিত হয় মহন্তপুৰ আশ্ৰম তামাৰহাট প্ৰঙ্গনত। সভাৰ শুভাৰম্ভন হয় দলীয় পতাকা আৰু ভাৰতমাতাৰ প্ৰতিছবিত বন্তি প্ৰজ্জ্বলনৰে।
উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায় , গোলকগঞ্জ বিধনসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ , জিলা প্রভাৰী হিমানী অধিকাৰী, জিলা সহ প্ৰভাৰী তথা কে , এ , চিৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায় , ৰাজ্যিকৰ পৰা নিযুক্ত গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰভাৰী তথা বিজেপি ধুবুৰী জিলাৰ জিলা উপ-সভাপতি নিৰ্মল্য পাল, প্ৰাক্তন জিলা সভাপতি তথা ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ড° দেৱাময় সান্যাল, গোলকগঞ্জ বিধান সভা সমষ্টিৰ নিৰ্বাচনী আহ্বায়ক সন্মানীয় অনিল চন্দ্ৰ বৰ্মন, গোলকগঞ্জ বিধান সভা সমষ্টিৰ বিস্তাৰক অমিত ভাৰত্বাজ ,প্ৰাক্তন জিলা সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সন্মানীয় প্ৰসেনজিত দত্ত, ৰাজ্যিক মিডিয়া পেনেলিষ্ট সদস্য বিশ্বজিৎ ৰায়, কে.এ চিৰ কাৰ্যবাহী সদস্য সন্মানীয় প্ৰদীপ কুমাৰ ৰায়,দলৰ জেষ্ঠ কাৰ্য্যকৰ্তা সকল , ধুবুৰী জিলাৰ জিলা বিষয় ববীয়া সকল আৰু দল বিভিন্ন দায়িত্বত থকা সন্মানীয় কাৰ্যকর্তা সকল ।

3
43 views