logo

Depression VS frustration.

Depression VS frustration.যদি সিহঁতক প্ৰতিদ্বন্দি হিচাপে দেখুওৱা হৈছে কিন্তু প্ৰকৃততে সিহঁতৰ মাজত ইমান বেছি প্ৰতিদ্বন্দিতা নাই।এটা আনটোৰ সৈতে প্ৰায় একেলগে ওচৰা ওচৰিকৈ থাকে। ইয়াত আপুনি এখন ডাঙৰ দেৱাল দিলেও এটা আনটোৰ ওচৰত যাব ।frustration এনেকুৱা এটা পৰ্য্যায় ইয়াত মানুহ খোবেই ৰাগি হ'ব পাৰে।frustration এনেকুৱা এক নিয়ন্ত্ৰিত প্ৰক্ৰিয়া নহয় আপোনাৰ frustration আহিলে আপোনি নিয়ন্ত্ৰণ কৰি দিব পাৰিব এনেকুৱা। normal frustration and abnormal frustration.স্বাভাৱিক হতাশা যিকোনো সময় বা যিকোনো মূহুৰ্তত আহিব পাৰে যেনে আপোন জনৰ মৃত্যুত বা মই ইমানটো পৰীক্ষাত স্কৰ কৰিম বোলি কলো কিন্তু প্ৰকৃতাত পৰীক্ষা ভাল হোৱা নাই। কথাষাৰ অভিভাৱক মিছাকৈ ক'লে ।এনে মিছাকৈ অভিভাৱকলৈ ভয়ংকৰ ভয় আছে।সেই ভয়ৰ ফলত মনটো শান্ত নহ'ব।হথাৎ কোনোবাই কিবা এটা কলে উত্তেজিত হৈ পৰিব। যিটো প্ৰকৃতাত frustration।এইযে ভয়ে মগজুত মহা যুদ্ধৰ সৃষ্টি কৰিব। মহাযুদ্ধৰ ফলত আপোনাৰ মগজু মহাবিনাশৰ।মহাবিনাশে আপোনাৰ মৰ্য্যদা মাটিৰ লগত মিলাই দিব। depression হওঁক বা frustration ইয়াক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰোগিতকৈ পৰিয়ালৰ সদস্য বন্ধু বান্ধৱ প্ৰতিবেশী আত্মীয় সকলো মিলি এটা team হিচাপে কাম কৰিলে।এই সমস্যা সমাধান অতি চমু হৈ পৰিব.কিন্ত frustration and depression.ইয়াৰ মূল কাৰণ হৈছে Stress. Stress পৰিমাণ যিমানেই বৃদ্ধি পাব ইহঁতৰ গ্ৰাফ ৰেখা সিমানেই উদ্ধ মুখী হ'ব।এনে গতিক প্ৰতিৰোধ কৰিবলৈ আপোনাৰ পচন্দৰ অৰ্থ যুক্ত গান শুনিব লাগিব।ই আপোনাৰ মগজুৰ চেৰটিন dopamine তাৰ তাম্য বদ্ধিৰ সামানুপতিক এক সুস্থ পৰিবেশ সৃষ্টি কৰিব।অধিক আশা অধিক স্বপ্ন পূৰণ কৰিব। ভাৰসাম্যতাই এনে ৰোগৰ মহৌষধক। Syed Mohsin.

6
494 views