ভাৰতীয় সেনা।
ভাৰতীয় সেনা।নাই য'ত ভেদা ভেদ।নকৰে বিভক্তনকৰে বৈৰিতা।বৈদিক সভ্যতাৰেআৰম্ভ হয় পুৱাৰপ্ৰভাতি আৰতি।লয় সংকল্পনঘটিব লাগিবসংক্ষিপ্ত ঘটনা।সুৰক্ষিত থাকিবলাগিব দেশ।থাকিব লাগিবদেশৰ মান।নহ'ব লাগিবনাগৰিকৰ ক্ষতি।আহে যদি দেশৰপ্ৰতি ভাবুকি জনাম তাকহেলাঙৰে প্ৰত্যাহ্বান।কৰে যদি আক্ৰমণদিম তাত প্ৰত্যোত্তৰ।হ'ব পাৰোঁভাৰতীয় সেনা।আছে বিৰত্বআছে পৰাক্ৰম।নকৰোঁ শান্তিপ্ৰিয়ক আক্ৰমণআছে বিদেশিৰ প্ৰতি শ্ৰদ্ধা।নকৰোঁ কোনোদিনে দিকদাৰনকৰোঁ প্ৰথমে আক্ৰমণ।বিচাৰিছা যদি ৰক্তাক্তদিম তেতিয়া প্ৰত্যোত্তৰদেখাম পৰাক্ৰমথাকিব তোমালোকৰনিঠৰ দেহহ'ব পৰিত্যক্ত।ভাৰত মাতাৰ আছেমিলনৰ মন্ত ।মিলিত হ'বসকলো মহাজোতত।হবগৈ মহাজোত বন্ধন।নিদিয়াকৈ নাথাকেভাৰতীয় সেনাক আশীৰ্বাদ ।আশীবাদ ,পূণ্যাতাই হ'বপাপিৰ বিৰুদ্ধেপ্ৰধান অস্ত্ৰ।কৰি দিমতোমালোকক বিবস্ত্ৰ।হৈ যাবাতোমালোক বিধ্বস্ত।কৰিম জয় হম সফল ।নহ'ব কেৱল সফলআছিফৰ দূ স্বপ্নৰ যাত্ৰা।হব পাকিস্তানৰ পতন।নাথাকিব পাকিস্তানৰনাম হি নিচান। ছৈয়দ মহচিন