logo

ভাৰতীয় সেনা।

ভাৰতীয় সেনা।
নাই য'ত ভেদা ভেদ।
নকৰে বিভক্ত
নকৰে বৈৰিতা।
বৈদিক সভ্যতাৰে
আৰম্ভ হয় পুৱাৰ
প্ৰভাতি আৰতি।
লয় সংকল্প
নঘটিব লাগিব
সংক্ষিপ্ত ঘটনা।
সুৰক্ষিত থাকিব
লাগিব দেশ।
থাকিব লাগিব
দেশৰ মান।
নহ'ব লাগিব
নাগৰিকৰ ক্ষতি।
আহে যদি দেশৰ
প্ৰতি ভাবুকি জনাম তাক
হেলাঙৰে প্ৰত্যাহ্বান।
কৰে যদি আক্ৰমণ
দিম তাত প্ৰত্যোত্তৰ।
হ'ব পাৰোঁ
ভাৰতীয় সেনা।
আছে বিৰত্ব
আছে পৰাক্ৰম।
নকৰোঁ শান্তিপ্ৰিয়ক আক্ৰমণ
আছে বিদেশিৰ প্ৰতি শ্ৰদ্ধা।
নকৰোঁ কোনো
দিনে দিকদাৰ
নকৰোঁ প্ৰথমে আক্ৰমণ।
বিচাৰিছা যদি ৰক্তাক্ত
দিম তেতিয়া প্ৰত্যোত্তৰ
দেখাম পৰাক্ৰম
থাকিব তোমালোকৰ
নিঠৰ দেহ
হ'ব পৰিত্যক্ত।
ভাৰত মাতাৰ আছে
মিলনৰ মন্ত ।
মিলিত হ'ব
সকলো মহাজোতত।
হবগৈ মহাজোত বন্ধন।
নিদিয়াকৈ নাথাকে
ভাৰতীয় সেনাক আশীৰ্বাদ ।
আশীবাদ ,পূণ্যাতাই হ'ব
পাপিৰ বিৰুদ্ধে
প্ৰধান অস্ত্ৰ।
কৰি দিম
তোমালোকক বিবস্ত্ৰ।
হৈ যাবা
তোমালোক বিধ্বস্ত।
কৰিম জয় হম সফল ।
নহ'ব কেৱল সফল
আছিফৰ দূ স্বপ্নৰ যাত্ৰা।
হব পাকিস্তানৰ পতন।
নাথাকিব পাকিস্তানৰ
নাম হি নিচান। ছৈয়দ মহচিন

91
511 views