logo

আজি০৪/১২/২০২৫ ইং তাৰিখে জালকাৰা দক্ষিণ পাৰ কালদিয়া/টিপু কাঠৰ দলংৰ পৰা পূব ফালে জিঅ বেগৰ কামৰ বাবে সন্মানীয় গাঁওবুঢ়া আৰু আমাৰ ২৬নং পশ্চিম পাকা গাঁও

আজি০৪/১২/২০২৫ ইং তাৰিখে জালকাৰা দক্ষিণ পাৰ কালদিয়া/টিপু কাঠৰ দলংৰ পৰা পূব ফালে জিঅ বেগৰ কামৰ বাবে সন্মানীয় গাঁওবুঢ়া আৰু আমাৰ ২৬নং পশ্চিম পাকা গাঁও পঞ্চায়তৰ প্ৰাক্তন মন্ডল কংগ্ৰেছৰ সভাপতি #জাহিদুল ইছলাম ডাঙৰীয়া আৰু সন্মানীয় আগৰ মন্ডল ছাৰে কাম খিনি চাৰ্ভো কৰি অতি সোনকালেই এই কাম খিনি হব বুলি প্ৰকাশ কৰিলে।

0
46 views