প্ৰেম।
প্ৰেম প্ৰেম মানে প্ৰশান্তনহয় সি ক্লান্ত।আছে তাৰ অক্লান্ত শ্ৰম।শ্ৰমহে সি জগত জিনিবকৰিব সি সকলোকে সহায় লাগে তাক অলপ মৰম।নোপোৱাৰ যি বেদনাপাবলৈ যাৰ থাকেদূৰ্বাৰ হেপাহ শৰীৰ মন তেতিয়া সকলো হয় চঞ্চল ।থাকে বহু আবেগনাম যাৰ প্ৰেম।প্ৰেম মানে পৰমেশ্বৰপ্ৰেম মানে প্ৰতিমা কৰা হয় তেওঁক পূজামানি লোৱা হয় তেওঁৰসকলো নিৰ্দেশ নিৰ্দেশনা ।নাথাকে তাত অভিযোগনাথাকে ওজৰ আপত্তি।কেৱল সোঁৱৰাই দিয়া হয়নাজাবা মোক আতৰি।নাজাবা মোকঅশ্ৰু সাগৰ কৰি ।আহি যাব ধুমুহাখহি পৰিবতাচ পাতৰ দৰেমোৰ জীৱন।জীৱনটোত কৰি আছাতুমি মোৰ হৃদয় জিপাল।ফুলি আছে ৰঙা গোলাপ ।তুমাৰ সোবাসত মনহৈছে প্ৰফুল্ল।শুনোঁ কেৱলতোমাৰ প্ৰতিধ্বনি।দেখোঁ কেৱলতোমাৰ প্ৰতিবিম্ব।নাম যে তোমাৰ প্ৰেম।তোমাৰ নামতে কৰোঁআমি সকলো ত্যাগ ।তথাপি নোৱাৰোঁতোমাক সন্তুষ্ট দিবলৈ।তথাপি দৌৰিব বিচাৰোঁ আকৌ তোমাৰ নামতকৰি যাওঁ সংঘৰ্ষ। কৰোঁ কৰ্ম কৰোঁ শ্ৰম আনো তোমালৈ উপহাৰ।নালাগে তাত কাৰো আদেশনালাগে কাৰোঁ উপদেশ।কৰিছে সকলোৱে উপহাসকৰিছে উপলুঙানাই নে তহঁতৰ কাম।তথাপি তোমাককৰোঁ পূজাহয় সেইয়া চাগে প্ৰেম।নাপায় সকলোৱে বোজি।হৈ যাওঁ আমি পৰাজয়জীৱন হৈ পৰে পৰাভূত। ছৈয়দ মহচিন।