logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

There is an attempt to create conflict between Hindus and Muslims

যোৱা কালি অসমৰ হোজাই জিলাৰ অন্তৰ্গত লংকাৰ এখন গাঁৱত মক্তবৰ কন কন ল'ৰা-ছোৱালীক টিউচন কৰাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল বজৰং দলৰ কিছু সদস্যই। এই প্ৰতিবাদৰ ফলত স্থানীয় বাসিন্দা তথা ইমাম জনক মাৰপিট কৰাৰ লগতে ঘৰ দুৱাৰ বিনষ্ট কৰিছে । এই ঘটনাক হিন্দু মুছলমানৰ একতা নষ্ট কৰাৰ এক বৃহৎ ষড়যন্ত্ৰৰ সন্দেহ কৰা হৈছে স্থানীয় লোকৰ মতে। অবশেষত ইমাম জনক মাৰপিট কৰি পুলিচৰ হাতত গতাই দিয়ে

83
4228 views

Comment