logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়াই ৰাজহ গাঁৱৰ মাটি বলপূৰ্বক বেদখল কৰিব।

গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়াই ৰাজহ গাঁৱৰ মাটি বলপূৰ্বক বেদখল কৰিবলৈ অগ্ৰসৰ হৈছে। ইতিমধ্যে পট্টাদাৰক উচ্ছেদৰ জাননী দিছে। চৰম অৰাজকতাৰ পৰিবেশ হবলৈ গৈ আছে। জিলা আয়ুক্তই নিৰৱতা অৱলম্বন কৰিছে।

678 views

Comment
  • Robiul Hussain

    বন বিভাগে বনাঞ্চলৰ নামত ৰাজহ গাঁওৰ ভুমি দখল কৰিবলৈ উচ্ছেদৰ জাননী জাৰী কৰিছে। চৰকাৰে বিশেষকৈ এটা সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে ক্ষতি কৰিবলৈ চেষ্টা চলাই আছে।