logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

দূৰ্যোগ আৰু বঞ্চনাৰ হীৰক জয়ন্তী

১৯৫০ চনত অসম হোৱা মহা ভূমিকম্পৰ ফলত প্ৰতি বছৰেই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পাৰ খহনীয়াৰ কবলত পৰি বিগত ৭৫ বছৰে লাখ লাখ মানুহ ভূমিহীন হৈছে। ২০২৫ চনৰ অসম চৰকাৰৰ মহা উচ্ছেদেও লাখ লাখ মানুহক ভূমিহীন আৰু গৃহহীন কৰিছে।
চৰকাৰ বাহাদুৰৰ " দূৰ্যোগ আৰু বঞ্চনাৰ হীৰক জয়ন্তী" বৰ্ষ উদযাপন।

61
92 views

Comment