logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

*(ATASU) ৰ শ্লোগানত কঁপিল ধেমাজি চহৰ *




তাই আহোমৰ জনজাতিকৰণ,স্বায়ত্তশাসন আৰু ভূমি পট্টনৰ দাৱীত সহস্ৰাধিকলোকৰ শ্লোগানত কঁপিল ধেমাজি চহৰ ৷
ধেমাজি জিলা আটাছু আৰু টাই আহোম জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেওবাৰে সন্ধিয়া ধেমাজী কছাৰী মৈদানৰ পৰা এক বৃহৎ জোঁৰ সমদল কাৰ্যসূচী হাতত লয় ।
আহ ঐ ওলাই আহ্, হিমন্ত বিশ্ব শৰ্মা হাই হাই, নৰেন্দ্ৰ মোদী হাই হাই, No ST No Rest শ্লোগানৰে ধেমাজিৰ ৰাজপথ উত্তাল কৰি তোলে,
উক্ত কাৰ্য্যসূচীত আটাছুৰ উদিত কণ্ঠৰে কেন্দ্ৰীয় কমিটীৰ সভাপতি মনোজ গগৈয়ে এইয়া আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ মন্তব্যৰে অনুসূচীত জনজাতিক আগন্তুক সময়ত মাহীআই দৃষ্টি নিক্ষেপ নকৰিবলৈ চৰকাৰক সকীয়নি প্ৰদান কৰে।

65
5833 views
1 shares

Comment