প্ৰতিবেশী।
প্ৰতিবেশী।প্ৰতি পোৱাতেদেখোঁ তোমাকলাগে ভাল।ভবা নহয় কিন্তুকৰিছা প্ৰতিযোগিতাহৈছে সংঘৰ্ষ।কৰিছা মনত প্ৰতিহিংসা ।দিয়া তুমি প্ৰতিদানকৰা তুমি সহায় লোৱা তুমি প্ৰতিশোধ। প্ৰতিবেশী আছেতোমাৰ পৰাক্ৰম।নকৰিবা লক্ষণৰেখা অতিক্ৰমআহি যাব বিপদ।নোৱাৰিবা চম্ভালিলৱ প্ৰতিশোধ ঈশ্বৰে।পলাই পতং দি নোৱাৰিবা বাচিব।আছে তেওঁৰ বহু চকুআহি যাব তোমাৰধাৰাষাৰ বৃষ্টি।হ'ব তোমাৰ ধ্বংস।বিধাতাই নকৰে ক্ষমাদিয়ে কেৱলকৰ্ম ফলৰ উপহাৰ।কৰিছা অন্যায় গৈছে মানুহ দেখিছে ঈশ্বৰে সকলো ।আছে ঈশ্বৰ লোৱা তুমি নামনাথাকে তোমাৰ বিলম্বআনক অনিষ্টসাধন কৰাত।পূৱাতে উঠি লোৱাতুমি ঈশ্বৰ নাম।নামৰ শেষত আহিযায় বদনামকৰি যোৱা হিংসানাথাকে বহুতৰ শান্তি।আছে তোমাৰমৰম দৰিদ্ৰজনৰ প্রতি কৰা তুমি সহায়।আগবাঢ়িব বিচাৰিলেহৈ যায় তোমাৰ বহু খেলিমেলি।ভবা তুমি মোক কৰেযদি অতিক্ৰম।সকলো হওঁক ধ্বংস।নাথাকক অস্তিত্বহওঁক সকলোৱে পতনতেহে হ'ব মোৰ উত্তৰণ ।প্ৰতিবেশীৰ পৰাজয়ত লাগেতোমাৰ শান্তি নালাগে অশান্তি।আনহাতে সফলতাতনালাগে তোমাৰ ভালউঠে তোমাৰ খং কৰা তুমি প্ৰতিবেশিক অশান্তি।প্ৰতিবেশীয়ে কঢ়িয়াব তোমাৰ কফিন।ৰাখিবা মনত হয় যে তেওঁসকলোতকৈ আপোন।আছে যদি দাপোণছোৱা তুমি পাবা বুজি সকলো।প্ৰতিবেশী হোৱা তুমিশোক দোষৰ লগৰী।নকৰিবা শত্ৰুতা আহিব বিপদ।নাথাকিব আমাৰঅস্তিত্ব নোৱাৰোঁ সহিবনকৰিবা এনে পাপ।লৱা তুমি ঈশ্বৰ নামপাবা কিন্ত নৰক।ছৈয়দ মহচিন।