logo

জুবিন গাৰ্গ আৰু নাই

আজি আমি স্তব্ধ, বাকৰুদ্ধ! অবিশ্বাস্য যদিও অপ্ৰিয় সলেও সত্য যে আমাৰ অতিকৈ মৰমৰ চেনেহৰ বুকুৰ শিল্পী, অসমৰ সম্পদ Zubeen Garg আৰু আমাৰ মাজত নাই। তেখেতৰ অনুপস্থিতি আমাৰ বাবে এক বৃহৎ আৰু অপূৰণীয় ক্ষতি। জুবিন দাৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এই শোকৰ মুহূৰ্তত তেখেতৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

25
1953 views