logo

যাযাবৰ।

যাযাবৰ।
যাযাবৰ আমি
কৰিছোঁ গতি
কৰিছোঁ যাত্ৰা
নেপাওঁ আমাৰ
আপোন ঘৰখনি।
আছে ঘৰ ।
আছে পিতাই আছে মা।
নাই আজি কতো
বোজা বুজি।
সকলো আছো একে ঘৰত
আছে বহু সংঘাত নাই শান্তি
নিথৰুৱা যেন আজি সকলো।
ক'ৰবাত হেৰাল বহু সম্পদ
নিৰুদ্দেশ হ'ল যে বহ কিবা কিবি।
সময়ক নকৰিবি অপমান
নহবি বেপৰুৱা সম্পদ নাথাকিব
নিব যমে গমকে নাপাবি ।
কৰিবি কন্দা কটা নাপাবি ঘূৰাই।
থাকিবি ন্যায়ত থাকিবি সত্যত
নাথাকিব সমস্যা নাহিব
বিপদ নকৰিব তোক
কোনোও আলাই অথানি।
বিচাৰিছিলি শান্তি
নিবাচাৰিলি কৰ্ম।
পাবি কেনেকৈ সম্পদ।
সম্পদৰ অভাৱত হ'ব
আজি সকলো যাযাবৰ। ছৈয়দ মহচিন।

10
433 views