logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

চাবুৱা: বিন্ধাকতাত চোৰাং চিকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, গ্ৰেপ্তাৰ এজন, জব্দ বিভিন্ন বন‍্যপ্ৰাণীৰ ছাল, হাঁড়, দাঁত

ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোহৰলৈ আহিছে বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়। চাবুৱাৰ বিন্ধাকটাত চোৰাং চিকাৰীলৈ লক্ষ্য কৰি গুলিচালনা চাবুৱা আৰক্ষীৰ। আজি সোমবাৰে বিয়লি ২:৩০ বজাত চাবুৱাৰ বিন্ধাকতাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা চোৰাং চিকাৰীক |

58
471 views

Comment