logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বিৰোধী নেতা নহয় বিজেপি বিৰোধী জনতাৰ ঐক্যবদ্ধতাইহে অসমত বিজেপিক প্ৰতিহত কৰা সম্ভৱ

শেষতীয়াকৈ অসমত বিৰোধী নেতা সকলে বিজেপি বিৰোধে যি মিত্ৰতাৰ কথা আলোচনা কৰি আছে মাত্ৰ তাৰ যোগেদি বিজেপিক প্ৰতিহত কৰা সম্ভৱ নহয় ৷ বিজেপিক প্ৰতিহত কৰিবলৈ বিজেপি
বিৰোধী জনগণক সংগবদ্ধ তথা ঐক্যবদ্ধ কৰিব লাগিব ৷ অসমৰ ক্ষেত্ৰত বিজেপিৰ জণ বিৰোধী নীতি তথা স্থানীয় সমস্যাক লৈ পঞ্চায়ত পৰ্যায়ত বিৰোধীয়ে ঐক্যবদ্ধ সভা অনুষ্ঠিত কৰি ৰাইজক সংগবদ্ধ কৰাৰ প্ৰয়োজন ৷

78
1860 views

Comment