logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

প্ৰসংগ:- নিযুক্তি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) উদালী আঞ্চলিক সমিতিৰ মাজিদ আহমেদ'ক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ উদালী আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ভাতৃ প্ৰতিম Majid AhMed ক জিলা সমিতিৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰসংগ:- নিযুক্তি
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)
উদালী আঞ্চলিক সমিতিৰ মাজিদ আহমেদ'ক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ উদালী আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

ভাতৃ প্ৰতিম Majid AhMed ক জিলা সমিতিৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।

90
7611 views

Comment