logo

Indian passport,related Assam

শুকুৰবাৰে লোকসভাত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে এই তথ্য প্ৰদান কৰে
তথ্য অনুসৰি ২০২০ চনত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা আছিল ৮৫,২৫৬, ২০২১ চনত ১,৬৩,৩৭০, ২০২২ চনত ২,২৫,৬২০, ২০২৩ চনত ২,১৬,২১৯ আৰু ২০২৪ চনত ২,০৬,৩৭৮

#indian #citizenship

26
346 views