logo

United Students Unoin of karbi Anglong USUKA Org. One Hours Dharn Program. at. Bakalia

কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্র পৰিষদৰ চমুকৈ উচুকাৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ উদ্যোগত এ-ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে প্ৰাথমিক শিক্ষাৰ পৰা উচ্চতৰ শিক্ষা লৈকে খালি হৈ থকা শিক্ষকৰ পদ সমূহ অনুতিপলমে পুৰণ কৰিব লাগে,

বকলীয়াঘাট চিকিৎসালয় খন মডেল চিকিৎসালৈ উন্নতি কৰন কৰা।

কাৰ্বি আংলং জিলাৰ সীমান্তৰ সীমা সমস্যা সমাধান কৰা।

ডিফু মেডিকেল কলেজৰ বিভিন্ন সমস্যা সমাধান কৰা ।

জিলা খনৰ টেট উত্তীর্ণ শিক্ষাৰ্থীক চাকৰিত প্ৰদান কৰা।

বকলীয়াঘাটৰ চৰকাৰী ভূমি দখলৰ তদন্ত কৰা।

আদিৰ সমস্যাৰ সমাধানৰ দাৱী জনায় উচুকাই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে বকলীয়াঘাটত।

10
128 views