logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

মৰিগাঁৱৰ দলবাৰীত অঘটন, দুষ্ট চক্ৰই জুল হকৰ ঘৰলৈ নিক্ষেপ কৰিলে শক্তিশালী ফটকা

মিকিৰগাঁও গাঁও পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচনৰ দিনাই অঘটন মৰিগাঁৱৰ দলবাৰীত এই অঘটন
কোনো দুষ্ট চক্ৰই ফটকা নিক্ষেপ কৰিলে দলবাৰীৰ জুল হকৰ ঘৰলৈ ফটকা, আতচবাজী নিক্ষেপ কৰিয়ে পলায়ন কৰে দুষ্ট চক্ৰই অভিযোগ অনুসৰি জেহেৰুল ইসলাম নামৰ লোকজনে সংঘটিত কৰে এই ঘটনা উদ্ভণ্ডালিৰ চৰম সীমা অতিক্ৰম কৰিলে জেহেৰুল ইছলাম নামৰ লোকজনে


ইফালে ঘৰৰ ভিতৰত শক্তিশালী ফটকা নিক্ষেপ কৰাৰ বাবেই জুল হকৰ ঘৰত থকা এটি কনমানিৰ কাণৰ সমস্যাত পৰেইয়াৰোপৰি ফটকাৰ ভয়তে পলায়ন কৰিব লওঁতেই মেকুৰীয়ে আক্ৰমণ কৰে চবনম চিদ্দিকা নামৰ এগৰাকী যুবতীকলগে লগে দুয়োকে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ইতিমধ্যে আৰক্ষীক জনাইছে সকলো কথা

117
99 views

Comment