হোজাই'ৰ শংকৰদেৱ নগৰত আদিবাসী ছাত্র সন্থা ধৰ্ণা কাৰ্য্যসূচী।।
সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছা'ৰ হোজাই জিলা সমিতিৰ উদ্যোগত দু-ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী।
আদিবাসী জনগোষ্ঠীৰ জনজাতি কৰণ, ভূমিপট্টা প্ৰদান, চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধি, আদি কৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাৱীত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে আছা'ই।