Former EM Ratan Teron has been appointed as the Chairman of Assam Hills Small Industries Development Corporation Ltd.
কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যৱাহী সদস্য ৰতন টেৰণ'ক Assam hills small industries Development corporation ৰ অধ্যক্ষ হিচাবে দ্বায়িত্ব ভাৰ প্ৰদান কৰিছে অসম চৰকাৰে।
সেই তেওঁ উষ্ম আদৰণি জনাই শুভেচ্ছা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ মূখ্য কাৰ্য্যৱাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে।